Mon Utonuwa

by Sannidhya Bhuyan, KLANZ

Lyrics : Mrityunjoy kakati
Music : Sannidhya Bhuyan
কপালতে লিখা বা আছেনে নাই তুমি মোৰ হ'বানে নাই ভাবি মোৰ টোপনি হেৰায় হৃদয়তে নোৱাৰিম কাকো ঠাই তুমি মোৰ হ'বানে নাই ভাবি মোৰ টোপনি হেৰায় কেতিয়াবা চুলি মেলি যাই হিয়াখন থিতাতে জুৰাই, লাজুকী চাৱনিতে মোৰ মন উতনুৱা। দুহাততে জেতুকা লগাই  হিয়া ৰঙেৰে উপচায়, তোমাক নেদেখিলে হয় মন আধৰুৱ মন মোৰ পিছলি পিছলি যায় দুচকুৰ কাজলে বুকু কঁপাই হাঁহি বিৰিঙে কিয় সঘনাই গা ভৰা বয়সত প্ৰথম দেখাৰ পৰাই, আজিও কিয় মোৰ থমকে উশাহ? বা বলা ফাগুনৰ ৰং দেখাৰ পৰাই, কিয়নো বাঢ়ে মোৰ প্ৰেমৰে পিয়াহ? কেতিয়াবা চুলি মেলি যাই হিয়াখন থিতাতে জুৰাই, লাজুকী চাৱনিতে মোৰ মন উতনুৱা। দুহাততে জেতুকা লগাই  হিয়া ৰঙেৰে উপচায়, তোমাক নেদেখিলে হয় মন আধৰুৱ মন মোৰ পিছলি পিছলি যায় দুচকুৰ কাজলে বুকু কঁপাই হাঁহি বিৰিঙে কিয় সঘনাই