Xorupuna
by Zubeen Garg, Gouranga Raag
Lyrics : Rekibul Music : Gouranga Raag/Dipkesh Borgohain ভাইটি: মাঘতে মোৰ দাদাৰ বিয়া ভাবিয়ে লাগিছে কি মজা দাদা: মৰমৰে সৰুপোনা কঁপিব ধৰিছে কলিজা ভাইটি: আহিব যেতিয়া নবৌজনী ভৰিব আমাৰে ঘৰখনি নবৌৰে মৰম পাই অ দাদা আমাকে পাহৰি নাযাবি দাদা: কিয়নো ভাবিছ তেনেকৈ সেইকথা মুখতে নানিবি ভাইটি: তোৰে পিছত ঘূৰি-ফুৰি পাৰ কৰিলোঁ মোৰ লৰালি দাদা: বাৰীৰ পিছৰ পুখুৰী টোত কৰিলোঁ কতযে ধেমালি ভাইটি: দেউতাৰ ভঙা চাইকেল খনো আছিলে আবেলিৰ লগৰী,,, দাদা: তোকে পিছত বহুৱাই লৈ পাৰ হৈ গুচি যাওঁ চুবুৰী ভাইটি:তোৰ অবিহনে অ দাদা নাপাওঁ সাহসৰে শকতি দাদা: থাকে যেন দুয়োৰে মৰমবোৰ ঈশ্বৰক কৰিছোঁ মিনতি ভা: নবৌৰ দৰে ধুনীয়া চাই বিচাৰি দিবি মোক এজনী দা: নিজৰ ভৰিত নিজে থিয় হ যোৱা নাইসময় তোৰ উকলি ভা: পঢ়া-শুনা কৰিলোঁ শেষ নাপালে কি কৰো চাকৰি দা: মোৰে লগত খেতিতে ধৰ দুগুণে হ'ম আমি চহকী ভা: নাঙলৰ মুঠিতে অ দাদা ধৰিব লাগিব এইবেলি দা:এবুকু উলাহে সচাকৈ মেৰিয়াই ৰাখিব ঘৰখনি
Share these lyrics
1
Hosa Prem
04:42
View Lyrics
2
Shola Shola
05:29
View Lyrics
3
Ishq
05:29
View Lyrics
4
Tu Hi Tu (Reprise)
04:09
View Lyrics
5
Ek Din Teri Raahon (Zubeen Garg Version)
05:12
View Lyrics
6
Senorita
04:50
View Lyrics
7
Kot Mur Maa
06:34
View Lyrics
8
Koina Oi
06:33
View Lyrics
9
Dildara
03:46
View Lyrics
10
Tumi Janane
04:02
View Lyrics